সৃষ্টিশীল লেখাৰ ধৰণ চাৰিপ্ৰকাৰৰ-

      ১/ ব্যাখ্যামূলক
      ২/ বৰ্ণনামূলক
      ৩/ প্ৰত্যয়মূলক
      ৪/ বৃত্তান্তমূলক
 ব্যাখ্যামূলক লেখনি(expository writing):
      কিবা এটা বিষয় উথাপন কৰাটোৱেই মূল উদ্দেশ্য।
      লেখকৰ ব্যক্তিগত মন্তব্য নাথাকে।
      বিষয় একোটাৰ ব্যাখ্যাহে থাকে।
 বৰ্ণনামূলক বা অভিব্যক্তিমূলক লেখা:
     সাধাৰণতে কাব্যিক।
     লেখকৰ অভিজ্ঞতাৰ জলঙাৰে স্থান, ব্যক্তি আদিৰ বিষয়ে বৰ্ণনা তুলি ধৰে।
  প্ৰত্যয়মূলক লেখনি:
    বাতৰি কাকতৰ স্তম্ভ আৰু সম্পাদকীয়
    বিজ্ঞাপন
বৃত্তান্তমূলক:
     উপন্যাস
     কবিতা
     জীৱনী
     আদি।