অসমীয়াৰ নৃত্য সংগীত আৰু বৰগীত আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু মাধৱদেৱ ৰচিত, ।।।।
"জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ"
প্ৰাৰ্থনা
'অপৰাধ বিনাশন---তযু নামে নাৰায়ন
জানিনামে পশিলো শৰণে
আন গতি নাহিকে মৰণ
অপৰাধ ক্ষমা কৰি তযু---দয়া শিল হৰি মোক ৰক্ষা কৰিওঁ চৰণে।