কৰ্ম যুগতকৈ জ্ঞান যোগ শ্ৰেষ্ঠ , জ্ঞান যুগতকই সন্ন্যাস যোগ শ্ৰেষ্ঠ আৰু সন্ন্যাস যোগোতকৈ ভক্তি যোগ শ্ৰেষ্ঠ। সেইহে, মোক লাভ কৰাজন সদায় ভক্তি যোগৰ অধিকাৰী। ভক্তি মাৰ্গই সৰ্বোত্তম মাৰ্গ ঈশ্বৰৰ কাষ ছপাৰ আৰু এই মাৰ্গতে সৰ্ব শেষত মুক্তি আছে যিটো আঁকুনো মাৰ্গ ত পোৱা নাযায়।

গীতা :: ভক্তি যোগ