কবিতা :

edit

সপোনৰ ডেউকা ভঙা পক্ষী

সপোনৰ ডেউকা ভঙা .......................পক্ষী কিমাননো দিম তোমাক মোৰ সপোন কঢ়িয়াব পাৰিবা জানোঁ তোমাৰ ভঙা দেউকাৰে কঢ়িয়াবা নে তুমি মোৰ সপোন বোৰ তোমাৰ ভঙা দেউকাৰে কিমান নো সহিবা মোৰ সপোন বোৰ তোমাৰ ভঙা দেউকাৰে দিবা জানোঁ অস্তিত্ব মোৰ সপোনৰ চন্দময় অনুভূতি আঁকোৱালি

 লবা জানোঁ 

তোমাৰ ভঙা দেউকাৰে সপোনে কান্দে মাজ নিশা তোমাৰ কণ্ঠস্বৰত অনুভৱ কৰা নে মোৰ হিয়াহীনা দিবানে আশ্ৰয়হীনা সপোনক তোমাৰ ঠুনুকা হিয়াত স্ফীত কৰি মিলন্ত সপোনৰ কাৰেঙ সাজিবা নে

 তোমাৰ ভঙা

................দেউকাৰে Rakib Raj Ahmed (talk) 15:16, 31 May 2021 (UTC)Reply